পৃষ্ঠা:গুৰুচৰিত.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মই মহাপাপ চাৰ ভাৰ্য্যা পুত্ৰ মাত্ৰ সাৰ | কৰি আছে। মনত সমূলি। তবু পদে নাই ৰতি গৈলে আমি অধোগতি মৰো সদা ধন জন বুলি। নাহি নাহি গতি মোৰ কিনো মই সেৱা চোৰ | পৰম দুমতি আত্মঘাতী। বিষয়ত ভোল ভৈলো মাৰ্গ হৰুৱাইলে | অন্ন পুৰি খাইলে অন্ত্যজাতি॥৭৯ কাম ক্ৰোৰ গ্ৰাহে গিলে কোন বেলা মৃত্যু মিলে | শ্ৰুতি জান হৰাই সকলে। নিবে কালে চুলে ধৰি নৰক ভূবিদ মৰি | বাইবে। মই পাগৰ সাৱশে। গৰমদে হইবে না। | নৰকত হইবে বাস নমে মমে যৰি মৰি। ৰণে কাকৃতি কৰে যিমতে সংসাৰ তৰৰ | উদ্ধাৰিয়ো মোক প্ৰাণ হৰি।৭৩ এম্বে মে মোৰ মতি মাধৱ বান্ধৱে গতি সত্যে সত্যে পশিলা শৰণে। হাতে দাতে তৃণ ধৰি মাগোহা কাকুতি কৰি দিয়ে ঠাই অভয় চৰণে। কৰ সৰ দিয়া | মোক দাস কৰি নিয়া | নাম মোৰ নহৰে মৰণে। হৃদয়ে ঋকক ধৰি বোলা সবে হৰি হৰি ভজা কৃষ্ণদেৱৰ চৰণে৭৩১