পৃষ্ঠা:গুৰুচৰিত.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় যিমতে নাৰ যি শক দেৰি আলি | প্ৰমিলা ঘৰে কুমৰ৭২• আসিল মহামুনি | সব কথা নি | কুমৰ বানে উপিগত। শৰক দেখা পাই | হৰিবৰ সীমা নাই | গীত গাই আনন্দে আহ। ফুৰি ফুৰি সাতবাৰ | দক্ষিণে নাৰ | প্ৰণাম কৰত পৰি পৰি। বীণা বাই গাই গীত শঙ্কৰৰ মোহি চিত মহা প্ৰেমে আনন্দিত কৰি॥৭২১ শৰক দেখি আসি নাৰ গোসাই হাসি | মৃদু বাক্য বুলিবাক লৈলা। শিৰে প্ৰণামিয়া খাসি বসিলা মাটিত আসি | বীণা বস্ত্ৰ ওচৰত থৈলা। দুয়ো হাত বোৰ কৰি বোল নাৰ হৰি | না প্ৰভু গতৰ বাপ। দৰখন আমি পাইলো চৰণে শৰণ লৈলো | দূৰ কৰা মোৰ মহাপাপ।৭২২ মমো নো হৃষীকেশ ধৰিছা ময্য বেশ লোকক ভাখিয়া কৃপাময়। তবু যোগবলে আমি জানোতহা সকলে বী তোমাৰ বিচিত্ৰ শীলায়।