পৃষ্ঠা:গুলেনাৰ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। পিয়াৰ৷——আনাৰ বোধ হয় এতিয়৷ বেগম চাহেবাৰ তাত নাই। চেলিম—কলৈ গল তেনে? পিয়াৰ৷—বোধ কৰোঁ, খাঁ চাহেবৰ তালৈ গৈছে। ৮৬ চেলিম—কোন থ৷ চাহেব? পিয়াৰ৷—উল্ফং থা। সেই যে আপুনি ত্ৰিছ টকাকৈ বৃত্তি দিয়ে। চেলিম—যেই হ'ক, তেওঁ তালৈ যাব কিয়? পিয়াৰ৷—সদায় যায় যে। চেলিম—কিয় যায়, তোক মই সেইটো সুধিছে॥ পিয়াৰ৷—বোধ হয়— চেলিম—থৈদে তোৰ ‘বোধ হয়’টো, ছিধা ক, শুলত দিন। পিয়াৰ৷—খাঁ চাহেবৰ লগত আনাৰৰ— চেলিম—ইকি? এই কয় কি? | চাহেবৰ লগত কি? পিয়াৰ৷—আনাৰৰ গুপ্ত প্ৰেম- চেলিম—জাহন্নামমে যাও (পদাঘাত কৰে, পিয়াৰ| লুটি খাই পৰি উঠি পলায় ) ( উদ্ভ্ৰান্ত ভাবে ঘুৰি ফুৰি ) আনাৰ অবিশ্বাসিনী- মিছা, কেতিয়াও নহয়—কৈ হ্যায় ( খোজাৰ প্ৰবেশ #19 ( খোজাৰ প্ৰস্থান) আনাৰ অবিশ্বাসিনী? ইকি সম্ভৱ? কেতিয়াও হব নোৱাৰে, সেই হস্নিগ্ধ মুখখনি, সেই শান্তোজ্জল চকু যুৰি, সেই সৰলতাৰ আঁৰত কি বিশ্বাসঘাতকতা লুকাই থাকিব পাৰে? অসম্ভৱ, আনাৰ যে মোৰ সদা পবিত্ৰ, সদ৷ সৰল, মধুৰ, সুন্দৰ, বেহেস্তৰ এপাহি হুৰভি কুম, কেৱল অমৃত, কেৱল সৌন্দৰ্য্য, কেৱল স্থৰ্ভিৰ সমষ্টি, ইয়াত কি বিন্দুমাত্ৰ গৰল থাকিব পাৰে? অসন্তৱেই বা কি? দুনিয়াত অসম্ভৱ একোৱেই নহয়। বেহেস্তৰ গোলাপ হলেও এই পাপ পঙ্কিলময় সংসাৰৰ পাপ ?