পৃষ্ঠা:গুলেনাৰ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক। তৃতীয় দৃশ্য। চেলিমব মহল। চেলিম আৰু সখীহত। গীত। লচক লচক চল চাল, সখী, হাথমে ছবড়ী লটক মটক STYM - চল সব সখী মালনীয়॥ বুলু বুলু বনকৰ চমনকে অন্দৰ আইহেঁ সজন৷ দেখ দেখ সখী সামাৰ আপনা যৌবনৱা। (সখীহঁতৰ প্ৰস্থান ) ( আনাৰৰ প্ৰবেশ ) চেলিম—ইমান পৰ কত কি কৰিছিল৷? মই যে তোমাৰ বাটলৈ চাই বহি আছে৷। মোলৈ মনতেই নপৰে নহয়, পাষাণী? আনাৰ—( স্বগতঃ ) খোদা! খোদা! আত্মদমনৰ শক্তি দিয়া মোক, দুখুনীক দয়৷ কৰ৷, দয়াময়! চেলিম—মোৰ ওপৰত বেজাৰ কৰিছা, ইবাণী। বহা, থিয় হৈ আছ৷ কিয়? ( আনাৰ বহে ) যুদ্ধত আমাৰ জয় হৈছে শুনিছা, আনাৰ? 90 আনাৰ — জয় হল? চেলিম—ওঁ জয় হল। কুমাৰ অমৰসিংহ বন্দী। আনাৰ—ই।? অমৰসিংহ বন্দী! কত আছে? কত?