পৃষ্ঠা:গুলেনাৰ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

b- 2 হেদা — ডাঙৰ এজন ওমৰাহৰ—একে৷ ভয় নাই মা—তাত তেখেতৰ লৰ৷ তিৰোতা আছে- গুলেনাৰ। উল্―—ভাল তেনে জনাব! আপুনি মেহেৰবাণী কৰি থৈ আহক গৈ, নাইবা আপোনালোকে সেই থিতে অলপ ৰঙক গৈ, মই এই বিবি চাহেবক মোৰ ঘৰত ভাল চাই সুদৃঢ় কোঠ৷ এটাত বিশ্ৰামৰ দিহ৷ কৰি দি আহোগৈ। মই এতিয়াই আহিম। ( হেদায়ৎ আৰু আনাৰৰ প্ৰস্থান ) ঊৰ্—উঠিয়ে উঠিয়ে নেবে দেল্‌দেলাৰী প্ৰেম পিয়াৰী, মেৰে গৰীব- খানেকি তৰক তছবিফ লে যানেকে। মৰ্জ্জি ফৰমাইয়ে- পিয়াৰ৷—হুঠোঁ, চাওঁ মোক কোনে ইয়াৰ পৰা লৰাব পাবে। উল্‌—কিয় মিছাতে তক্ৰাৰ কবি অপমান হব খোজা? ভালেৰে নগলে একেবাৰে গৰ্দান পাকুৰি লৈ যাম বুলি জানিছনে হাৰামজাদী বান্দী? পিয়াৰ৷—ওঁ ইমান পালিগৈ? বাক! কিন্তু মনত ৰাখিবি উল্ফং কালনাগিনীক জোকাই লৈছ দেই! উল্‌—আচ্ছ৷ পৰুৱ৷ নেহি—আভি চল। যোধ - কোৱা আনাৰ। দ্বিতীয় দৃশ্য। যোধৱাইৰ মহল। যোধৰাই আৰু আনাৰ। মোৰ আগত কথা লুকাইছ৷ কিয়? একোভয় নকৰিব৷—কোৱা৷