পৃষ্ঠা:গুলেনাৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ? নাশ কৰা নাই; ছগাৰ দৰে নিজে উৰি আহিঘি জুইত জাঁপ দি পৰিছে, তাৰ কাৰণে মই দায়ী নহওঁ। মই নিজে সতীত্ব নাশ কৰিব নোৱাৰে৷, আনকে কৰা দেখিব নোৱাৰোঁ। সতীৰ অবমানন৷ মোৰ অসহ্য, চাওঁ বাৰু কি হয়! উল্‌—কওক এতিয়৷ আপুনি কি কৰে—নকলে দেখোঁ। হেদ৷—বাক মই তোমাক সহায় কৰিম। কিন্তু কিৰূপে সেইটো কোৱা। উল্‌—স্বীকাৰ কৰিছে। বেচ, ধন্য আপোনাৰ মহত্ত্ব। কিন্তু জনাব দয়৷ কৰি এতিয়৷ মনে মনে থাওক, সিহঁত আহিবৰ পৰ হৈছে। মই যি যি কৰোঁ আপুনি চাই থাকিব। আগলৈ আপুনি মোৰ কাৰ্য্যৰ সাক্ষী থাকিল, আৰু আৱশ্যক হলে মোৰ কাৰ্য্যত সহায় কৰিব। 38 হেদা—বাক- উল্—এতিয়৷ সিহঁত আহে মানে আমি এই আঁৰতে লুকাই থাকে। আহক। হেদ।—বলা বাক ( উভয়ৰে প্ৰস্তান ) ( আনাব আৰু পিয়াৰাৰ প্ৰবেশ ) আনাৰ—উঃ আৰু নো কিমান দূৰ যাব লাগিব? বহুদূৰ আহিলো দেখো। তুমি ওচৰতে বুলি নকৈছিল৷? উহ্ মই নেযাওঁ। চাহজাদা নাইবা বেগম চাহেবাই শুনিলে কব কি? মই নেযাওঁ। পিয়াৰ৷—আহ্ হা হা হা! মই মৰিছে৷ তেওঁৰ লগত, তেওঁ বোলে আপদ লাগিল। তুমি যে ভয় কৰিছ৷, মৌৰ হবলা ভয় নাই। চাহজাদাতো যুদ্ধলৈ গৈছে, বেগম চাহেবাও ঘৰত নাই; তেওঁ