পৃষ্ঠা:গুলেনাৰ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক। 18:0*080 প্ৰথম দৃশ্য। ৰাজপথ। পাণৱালীৰ প্ৰৱেশ আৰু গীত। পাণৱালী— লেলো’ মেৰি পাণ, লাল৷, শুনো’ মেৰি গান, ( লালাৰ প্ৰবেশ ) লাল- ৱাহৱ৷ মেৰি পাণৱালী বোলো পহলে গান॥ উভয়ে—গান৷’ গাউ দুনো আসক মাসুক বহু প্ৰেম পিৰীতি হৰদম চল্‌তি মন্ত্ কৰদি জান॥ ৱাহৰে তেৰি পাণ পিয়াৰী মুহুঁ কৰদি লাল, দেল চাহে চুমু তেৰি গোৰী গোৰী গাল, মেখি চিকন্‌কালা, পাণ— ৰাহুজি বেনিয়া লালা, উভয়ে— প্ৰেম পিৰীতি হৰদম চলতি মন্ত্ কৰদি জান॥ হেদায়ং—কি কথা কোৱা? ( উভয়েৰ প্ৰস্থান ) ( হেদায়ৎ আৰু উল্‌ফতৰ প্ৰবেশ ) উল্ফৎ—কথাটে। অতি গোপনীয় হুজুৰ। হেদায়—ইয়াত এতিয়৷ জনপ্ৰাণী কেও নাই, বেপৰোৱ| কব পাৰা, কোৱা।