পৃষ্ঠা:গুলেনাৰ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। . • যোধ—-মানসিংহ! দাদা! এনে অসময়ত? চালাম দো! (বান্দীৰ প্ৰস্থান) কিব৷ অশুভ বাতৰি আনিছে নেকি? নহয় এই বাৰতে৷ দাদী যুদ্ধলৈ যোৱ৷ নাই। স্বয়ং চাহজাদ৷ সেনাপতি হৈ গৈছে? তেনে দাদ৷ অহাৰ (মানসিংহৰ প্ৰবেশ) আই আহ৷ দাদ৷—বই॥ ভাল তোমাৰ? সম্বাদ কি? মান-সম্বাদ ভালেই। যোধ—-এনে অসময়ত তেনে সাক্ষাৰ প্ৰয়োজন? 441 মান—প্ৰয়োজনটে৷ তুমি নিজে বুজা নাই যোধবাই? ষোধ—কতা? মই দেখে৷ একো বুজিব পৰা নাই। মান—বুজিব পৰা নাই? হায় নাৰী! মোগলৰ সংস্পৰ্শত ইমান শীঘ্ৰে আত্মমৰ্য্যাদ৷ পাহৰি পেলালা? যোধ—ইকি? কিয় আজি দাদাৰ মুখত এনে ভিৰস্কাৰ বচন! মই কৰিলো কি? মোৰ কোন কাৰ্য্যৰ দ্বাৰ৷ আত্মসম্মান হানি হৈছে? মইতে৷ কাৰে৷ কেতিয়াও কোনো অন্যায় কৰা নাই, দাদাই কাৰবাৰ মুখে মোৰ মিছ৷ দুৰ্ণাম শুনিহে মোক এনে কথা কৈছে। মই একে৷ বুজিব পৰ৷ নাই দাদ৷? কি -ৈ-- তুমি? মান—পাৰিবা কেনেকৈ? নীচ জাতীয় কলুষিত চৰিত্ৰ৷ বান্দীৰ চৰণ- সেৱক পতিৰ পত্নী তুমি। আৰু সেই নৰাধম কাপুৰুষ পতিৰ চৰণ সেৱা কৰিবলৈ পাই নিজকে ধন্য জ্ঞান কৰা তুমি। তোমাৰ আৰু আত্মসম্মান জ্ঞান থাকিব কত? যোধ—কোৱ৷ কি দাদা? যাৰ চৰণ ধ্যানকে মই মোৰ জীৱনৰ শ্ৰেষ্ঠ কৰ্ত্তব্য বুলি মানি লৈছে।, মোৰ সকলে! সাধন! কামন৷ যাৰ চৰণত 'বিলাই দি নিজক ভিথাৰিণী সজাইছে৷, মহাতীৰ্থ জ্ঞানে