পৃষ্ঠা:গুলেনাৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ গুলেনাৰ। প্—সেই বুলি কি মই তোমাক পাহৰিব পাৰে৷ জান? তাই যিমানেই শুৱনী হক লাগে, তোমাৰ আগত একো নহয়; তুমি যে মোৰ প্ৰেম ছদ্দিৰ পুৰণি ঠেকেৰা। পিয়াৰ৷—ৱাহ ৱাহ—মেৰে কাশ্মিৰী মেঙৱা! কোন জোপা গছত লাগিছিল৷ তুমি সোন! মুখত দিলে যে পেলাবৰ মন নেযায়। উল্—মুখত নে| দিছিল৷ কেতিয়াহে, পেলাবৰ মন নেযায় যে বুলিছ।? পিয়াৰ৷ ।—এঃ কথাই কথাই ৰাতি বহুত হল। তুমি প্ৰস্তুত হৈ থাকিব॥ কাইলৈ ইমান পৰতে তাইক মই লৈ আহিম। উল্‌—মই বাৰু প্ৰস্তুত হৈ আছে৷, তুমি আনিব পাৰিলেই হয়! পিয়াৰ৷—সেইটো বাৰু তুমি ভাবিব নালাগে। এতিয়া আৰু মই যাওঁ— থাকা? উল্‌—যাওঁ আকৌ কি? পিয়াৰ৷—অবুজ হোৱ৷ কিয়? কাইলৈ তাইক কেনেকৈ আনিম, কি বুলি মহলৰ পৰ৷ বাজ কৰিম, তাৰ বন্দৱস্ত এটাতে৷ কৰিব লাগে। এতিয়াৰে পৰ৷ বেগম চাহেবাৰে আলচিলেহে সহজ উপায় এট৷ উলিয়াব পাৰিম, তুমিনো ভাবিছা কিয়? মইনে কলৈ পলাইছে৷, কাইলৈ আকৌ আহিমেই নহয়। মই দেখোঁ তোমাৰেই-- প্ৰস্থান ) উল্—(স্বগতঃ) ৱাহ! বেচ গলতো। বেচ ফাকি দি গুঁচি গল। মই গাধা অহম্মকে ভেব৷ লাগি চাই থাকিলে॥ তাইৰ এই- বোৰ ভাল পোৱ৷? আচ্ছ। মই দেখিম। এই দুপৰ নিশা তাই এতিয়া মহললৈ গৈছেনে? কটা মিছা কথাৰ ভৰাল। মহললৈ যাব? কেতিয়াও নেবায়। তাইৰ কোনোবা