পৃষ্ঠা:গুলেনাৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। হাত দিছো বুলি ভাবিছা নেকি? সেইটে৷ নহয়, মই এে কেচা কামৰ মানুহ নহওঁ, যোধপুৰী বেগমে৷ ইয়াৰ মাজত আছে। বেগম চাহেব থকাত তোমাৰ মোৰ ভয় কি? উল্‌—সেই দৰে হলে পাৰিব পাৰোঁ। পিয়াৰ৷- না—ই। হাঁ পাৰিবাতো। তগ দিৰ খুলিছে যে তোমাৰ চাহেব। উল্‌—কি তগ্‌দিৰটো খুলিব আমাৰ! পিয়াৰ৷——বুজ৷ নাই তুমি। যোধপুৰী বেগমে আনাৰে সৈতে তোমাৰ চাদি বন্দৱৰ্ত্ত কৰিছে যে। উল্‌—হাঃ হাঃ! চাদি! মোৰ লগত চাদি! মোৰ লগত আনাৰৰ চাদি! তুমি কোৱ৷ কি পিয়াৰা? পিয়াৰ৷—হেঃ হেঃ হেঃ খান্থানান, তগদিৰ খুলিছে, তগদিৰ খুলিছে তোমাৰ। উলু–তেনে তগ দিব কি মোৰ হব! পিয়াৰ৷—হব, হব, হব, যদি বুদ্ধিমানৰ দৰে এই কামটো এতিয়৷ ঠিক্ মতে কৰিব পাৰা। কেনে পাৰিবাতো? উলু——পাৰিব পাৰে৷ অৱশ্যে। তাত তোমাৰ হাঁত যশ আৰু মোৰ কিছু ম পিয়াৰ৷—কিছমতত তোমাৰ ঠিক আছে। তুমি এতিয়৷ নিজে কৰি লব পাৰিলেই হয়। চাবা কিন্তু জান, নতুন পাই যেন পুৰণিলৈ পাহৰি নোযোৱা৷ উল্‌—এঃ এঃ এনে কথা কোৱ৷? তুমি নে৷ মোক এনে বদৰছিক • পাইছানে? তৌৱ৷ তৌৱ৷ পিয়াৰা—পুৰুষ জাতিৰ বিশ্বাস 'কি! তাতে তোমাৰ মন যে নিমিয়ে নিমিষে সলনি হয়।