পৃষ্ঠা:গুলেনাৰ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ গুলেনাৰ।

  • খন্তেকো থাকিব নোৱাৰে, আনকি যোধপুৰী বেগমে৷ তাইৰ

আগত হাৰ মানিলে উল্‌—বাপৰে বাপ্! ইমান খোবছৰৎ নে তাই!' পিয়াৰ|—হাঁ হাঁ থোবছৰছে খোবছুৰং—একদম হুৰীক| মাফেক্। উল্‌—পিছে এতিয়া কৰিব লাগে কি? পিয়াৰা—তাইক তুমি আঁতৰাব লাগিব। তাইৰ তাপত মহলত থকা আমাৰ টান হল। উল্‌—মই আঁতৰাব লাগিব? আঁতৰাই নিথৰ্ম কত? পিয়াৰ৷—সম্প্ৰতি তোমাৰ ইয়াতে। চাহজাদা নাই, বঢ়িয়৷ 'হযোগ। উল্‌—(স্বগতঃ) বাপৰে বাপ,! এই কয় কি? পিয়াৱা–ভয় নকৰিবা খ৷ চাহেব। তাই বান্দী এজনী মাথোঁ, একো কৰিব নালাগে, কেৱল তোমাৰ মহলত বন্দী কৰি থব চাহাজাদা উভতি নাহে মানে পাৰিলেই বচ কাম ফতেহ! তাৰ পাচত এৰি দিলেও একে। পৰোৱাই নাই। চাহজাদাক ইয়াকে জনাব লাগিব যে আনাৰ চৰিত্ৰহীন৷, বদ খছলতৰ উল্‌—নহি বাবা! নহি! য়হ হামছে হোগা নহি। বাঘক৷ ছাথ পড়া লড়ে, এয়ছা তাকত মেৰা হায় নহি, ময় নেহি ছাকোঙ্গ| পিয়াৰ॥ পিয়াৰ|——ডৰে৷ মং মেৰে প্যাৰা! বহুং এনাম্' মিল যায়েগ৷। হৰদম স্ফুৰ্ত্তি, লহুক| মাফেক লাল চিৰাজী, হুৰীক।' মাফেক পৌবছৰং ঔৰং, হৰদম মজা লুটোগি, চাৰে জাহান তেৰ৷ আথমে লালে লালহো যায়েগি বেবাগ এনাম। উল্—এনামত হায়, মগৰ পিয়াৰ৷—মগৰ কিন্তু কিহৰ আকৌ চাহেব! এই কামত মই অকলৈ