পৃষ্ঠা:গুলেনাৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। হাত দিছে৷ বুলি ভাবিছা নেকি? সেইটো নহয়, মই এদে কেচ৷ কামৰ মানুহ নহওঁ, যোধপুৰী বেগমো ইয়াৰ মাজত আছে। বেগম চাহেব থকাত তোমাৰ মোৰ ভয় কি? উলু—সেই দৰে হলে পাৰিব পাৰোঁ। পিয়াৰ৷——ই৷ হাঁ পাৰিবাতো। তগদিৰ খুলিছে যে তোমাৰ চাহেব। উ—কি তগ্‌দিবটে৷ খুলিব আমাৰ! পিয়াৰ৷—বুজ৷ নাই তুমি। যোধপুৰী বেগমে আনাৰে সৈতে তোমাৰ চাদি বন্দৱৰ্ত্ত কৰিছে যে। উ—হাঃ হাঃ! চাদি! মোৰ লগত চাদি! মোৰ লগত আনাৰৰ চাদি! তুমি কোৱ৷ কি পিয়াৰ৷? পিয়াৰ৷— ||— হেঃ হেঃ হেঃ থান্থানান, তগদিৰ খুলিছে, তগদিৰ খুলিছে তোমাৰ। উল্‌—তেনে তগ দিৰ কি মোৰ হব! পিয়াৰ|—হব, হব, হব, যদি বুদ্ধিমানৰ দৰে এই কামটে৷ এতিয়া ঠিক্ মতে কৰিব পাৰা। কেনে পাৰিবাতো? উল্——পাৰিব পাৰে৷ অৱশ্যে॥ তাত তোমাৰ হাত যশা আৰু মোৰ কিছু মৎ!* পিয়াৰ৷—কিছমতত তোমাৰ ঠিক আছে। তুমি এতিয়৷ নিজে কৰি লব পাৰিলেই হয়। চাবা কিন্তু জান, নতুন পাই যেন পুৰণিলৈ পাহৰি নোযোৱা। S উল্‌–এঃ এঃ এনে কথা কোৱ৷? তুমি নে৷ মোক এনে বদৰছিক পাইছানে? তৌৱ৷ তৌৱা! 1 পিয়াৰা—পুৰুষ জাতিৰ বিশ্বাস কি! তাতে তোমাৰ মন যে নিমিয়ে নিমিষে সলনি হয়।