পৃষ্ঠা:গুলেনাৰ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ গুলেনাৰ। খন্তেকে| থাকিব নোৱাৰে, আনকি যোধপুৰী বেগমো তাইৰ • আগত হাৰ মানিলে। উল্‌—বাপৰে বাপ্! ইমান খোবছৰ নে তাই! পিয়াৰ৷—হাঁ হুঁ| খোবছৰছে খোবছৰং— একদম হুৰীক৷ মাৰ্ফেক্। উল্‌—পিছে এতিয়| কৰিব লাগে কি? পিয়াবা⇒তাঁইক তুমি জাঁতৰাব লাগিব। তাইৰ তাপত মহলত থকা আমাৰ টান হল। উল্‌—মই আঁতৰাব লাগিব? আঁতৰাই নি থম কত? ? পিয়াৰ৷—সম্প্ৰতি তোমাৰ ইয়াতে। চাহজাদা নাই, বঢ়িয়া সুযোগ। উল—(স্বগতঃ) বাপৰে বাপ,! এই কয় কি? পিয়াৰ৷—ভয় নকৰিব| খা চাহেব। তাই বান্দী এজনী মাথোঁ, একো কৰিব নালাগে, কেৱল তোমাৰ মহলত বন্দী কৰি থব তাৰ পাচত এৰি দিলেও একে। ইয়াকে জনাব লাগিব যে আনাৰ চৰিত্ৰহীনা, বদ খছলতৰ : চাহাজাদা উভতি নাহে মানে পাৰিলেই বচ কাম ফতেহ! পৰোৱাই নাই। চাহজাদাক JEG উল—নহি বাবা! নহি! য়হ হামছে হোগ৷ নহি। বাঘকা ছাথ পা লড়ে, এয়ছা তাকত মেৰা হ্যায় নহি; ময় নেহি ছাকোঙ্গ। পিয়াৰা। পিয়াৰ|—ডৰে৷ মং মেৰে প্যাৰা! বহুং এনাম্ মিল যায়েগা। হৰদম স্ফুৰ্ত্তি, লহুক৷ মাফেক লাল চিৰাজী, হুৰীক৷ মাফেক পৌবছুৰং ওঁৰং, হৰদম মজা লুটোগি, চাৰে জাহান তেৰা আথমে লালে লালহো যায়েগি বেবাহা এনাম। উল্—এনামত হ্যায়, মগৰ— পিয়াৰ৷—মগৰ কিন্তু কিহৰ আকৌ চাহেব! এই কামত মই অকলৈ