পৃষ্ঠা:গুলেনাৰ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ গুলেনাৰ। এনে কথা কি মই কব পাৰোঁ, মই যে তোমাক বহুৱাবলৈ মোৰ হিয়৷ আসন পাতি থৈ দিছো, তুমি দয়৷ কৰি আহি বহিলেই ধন্য হওঁ। পিয়াৰ৷—সচাকৈয়ে! তেন্তে নিশ্চিন্ত হোৱ৷ আৰু আশা পালি থাকিব নালাগে। হাঁহিমুখে মই মোৰ আসন গ্ৰহণ কৰিলোঁ। হেদায়ং—ৱাহ ৱাহ মেৰি জান, আবূ আওৰ্ ক্যাবাত হ্যায়? বান্দী! ( বান্দী প্ৰবেশ) চিৰাজী। বান্দী—যে| হুকুম চাহেব—(বান্দী প্ৰস্থান )। হেদায়ৎ—বহুত দিনক| ভুক| হুঁ জানি, আজ মেৰা কিছম খোলা। .পিয়াৰ৷——মায়ভি চাহেব, ম্যয়ভি বহুত ৰোজক। ভুক| হুঁ, অব এনায়ত ফমাইয়ে। ( বান্দীৰে চিৰাজী দি যায় ) ( পিয়াৰাই চিৰাজী ঢালি হেদায়তক দিয়ে আৰু নিজে খায় )। পিয়াৰাৰ গীত। আৰে মেৰি লালী, লালী বদন তেৰা আঁথি লালী। আজ চাঁদিনী ৰাতু, খুছিছে খেলোঁ, খুছিছে মিলো, থমক্ থমক্ চাল এয়ছি চলি। আজ নিৰাল৷ ঘৰ, মেৰি পিয়াকি সাথ, লো'জান পিয়াল৷ ভৰ, ভৰ ভৰ ভৰ, লিও’ মজেছে পিও’ অন্দমে বাহেৰমে হোগি লাল এইছি লালী। 10*01 ( উভয়ৰে প্ৰস্থান )