পৃষ্ঠা:গুলেনাৰ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক। হেদায়ত্'।—বাৰু সেইবোৰ যাব দিয়া, ৰাতি বহুত হল, মহললৈ তুমি “কেতিয়| যাব৷? (স্বগতঃ ) নিজে কেতিয়াও নাৰাৰ্থেী, কোনো দিন এনে কাম কৰা নাই, এতিয়াও নোৱাৰোঁ। নিজে থাকে যদি তাত মোৰ একে৷ কথ৷ নাই। পিয়াৰ৷।—(স্বগতঃ ) ই কয় কি? কত ১৯০৭/অঃ আশা কৰি আহিছে৷ ই দেখোন খেদাই দিবহে খোজে! কতই এই পিয়াৰাৰ ভৰিত ধৰি, অনুনয় বিনয়ে কাতৰ প্ৰাৰ্থন৷ জনায়, তালৈ মই উভতিকে নাচাওঁ, কিন্তু যাক ভাল পাওঁ, যাৰ কাৰণে এই ৰাতি দুপৰত নানান বুদ্ধি-ছলন৷ কৰি আহি নিজে হাজিৰ হৈছোহি, সি দেখোন এনেয়ে পাই পানী দি নাথায়! মই কি এতিয়| লাজ চৰমৰ মুৰ খাই নিজে উপযাচি কম? সেইটো মোৰ পৰা নহয়৷ চাওঁ বাৰু কি হয়। ৭/অ হেদায়ৎ।—কি পিয়াৰা, নিমাত হল। দেখোন? পিয়াৰ৷।—এৰা তাকে ভাবিছে৷, বাক এটা কথা, অ— নহয় নহয় নকওঁ— হেদায়ৎ।—কি কোৱাচোন কোৱা। পিয়াৰ॥—নহয়—নহয়—একো নহয়। হেদায়ৎ।--তেওঁ কোৱাচোন। গিয়াৰা—বোলোঁ, ইমান ডাঙৰ মহলটে৷ তোমাৰ, এই ৰাতিটো পৰি থাকিবলৈ মই ঠাই একন নেপাম নে? হেদায়ৎ—মইতে৷ সেইটে৷ কোৱ৷ নাই পিয়াৰা, তুমি দেখিছে৷ মহল হাছা৷ এৰি কেতিয়াও কতে৷ নাথাকা, সেয়েতে| ভাবিছিলে৷ আজিও নাথাকা; সেই দেখিহে কৈছিলোঁ যে, যাব লাগিলে এই সময়তে যোৱা, মহলৰ ফটক বন্ধ হব লাগিলে পাচত যাব নোৱাৰিবা। মই তোমাক ঠাই নিদিম, ইকি কথাৰ কথা?