পৃষ্ঠা:গুলেনাৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ । উল্1–খুৱ পাৰিম। পিছে এটা কথা, তুমি যে আহি সেই তিনি আলিৰ মুৰৰ পৰ৷ সিফাললৈ যাবাগৈ, মই অকলে এই ছোৱা বাট আহিম কেনেকৈ ? পিয়াৰ৷৷— স্বগতঃ ) ভয়ৰ গোট! এইটে। আকৌ মটা হেনো ! ( ফুটাই ) বাক একো কথা নাই খাঁ চাহেব, এই বাঁদিও আহি আজি ইয়াতে থাকিবহি, তেতিয়| হবতে৷ ? উল্ । —খুব খুব ! ৱাহ ৱাহ ব্লাহ, আজ মেৰ৷ নছিব খোল৷ ! 10*01 তৃতীয় দৃশ্য । মেহেৰুন্নিছাৰ মহল। মেহেৰৰ গীত। মনত পৰিছে তোমাক এদিন আঁতৰৰ পৰা দেখা, জীৱন-কুসুম সুৰভিত মোৰ, সিদিনাৰে পৰা সখ। । প্রভাতৰ দৰে সোনালী বোলেৰে বোলাই জীৱন মোৰ, (মই) সিদিনাৰে পৰ| হে চিম্বুৰ তোমাৰে ভাবতে ভোৰ । মোৰ পৰাণৰ প্ৰীতি নিজৰাৰ দৰে তোমাকে ধিয়াই যায়, অৱশ ৰসন৷ প্ৰীতিৰ ভাষাৰে তথাপি কত যে গায়। মোৰ শতেক কামন৷ অযুত বাসন৷ অৱশ হিয়াই এই, মোৰ জীৱনে মৰণে ধৰমে কৰমে পাওঁ যেন সথ। তোমাকেই । ( পিয়াৰাৰ প্ৰৱেশ ) মেহেৰ।—কোন? পিয়াৰ৷ ? পিয়াৰ৷। —হয় ময়েই, বেগম চাহেব। মেহেৰ। — খবৰ কি ? বহা।