পৃষ্ঠা:গুলেনাৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক। বাচাবে তোমাৰ ইয়াত বহি দুমাৰ প্ৰেমালাপ কৰি ৰং তামাচ৷ কৰি৷ তাৰ সুবিধা কৰিবই নোৱাৰোঁ। আচ্ছ। কুছ নাই, এদিন দেখা যাব। ইয়াতে৷ যদি তুমি ভাই মোক ঝো পোৱ৷ খং কৰ। তেনেহলে আজিৰ পৰ৷ মই নাহোৱেই। কি? সৰ্বনাশ! এই মানুহ কাটিব উল্‌!––( স্বগতঃ ) ঔ, এই কয় উচ্চ কা পাৰে। এনেয়ে তাইৰ চিন্তাত খিনাই শুকাই চিৰ৷ যেন চেপেট৷ হৈ গৈছে৷—তাৰ উপৰি তাইৰ যশতে দুবেলা দুমুঠি খাবলৈ পাইছে৷ তায়েই দেহি চাহজাদাক কৈ মেলি মোক মাহে দেৰকুৰিকৈ টকা বৃত্তি দিয়াইছে৷ এতিয়৷ এই নহ। যা হব লাগিলে ( পেট দেখুৱাই বুঢ়া আঙুলি জোকাৰে ) ( ফুটাই ) জলে। নহয়, নহয় বিবিজান্! তুমি এনে কথা নকবা, এনে কথা কৰ কীতে লাগিলে মই কাৰ মুখলৈ চাই জীয়াই থাকিম? নকবা নকবা তেনেবোৰ কথাৰ নামকে মুখলৈ নানিবা। পিয়াৰা।—নহয় গান্থানান্? একো ভয় নাই দিল্ল গীহে কৰিছে৷ নই। উল্।---অ' অ', 'এৰ৷ এৰা, তুমিনে৷ মোক খং কৰিবানে? (P: ধিয়াৰ॥—বাৰু এতিয়৷ এই সোপা থক, কাম এটা কৰিব পাৰি বানে? উল্‌।—কি কাম? পিয়াৰ॥--আজি সন্ধ্যাৰ পাচত মই এবাৰ মিৰ্জ্জ। গিয়াছ চাহেবৰ মহললৈ যাম, আহোতে ৰাতি হব। অকলেতো আহিব নোৱাৰিম, তুমি মিৰ্জ্জা চাহেবৰ মহলৰ ওচৰৰ গছ জোপাৰ তলত গৈ ৰৈ থাকিব৷, উভতি আহিলে দুয়ে৷ একেলগে গুছি আহিম। পাৰিবাতো?