পৃষ্ঠা:গুলেনাৰ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথন অঙ্ক। মুকলি মনেৰে ফুৰে৷ মুকলি আকাশ তলে, নকৰে৷ কালকে৷ কদ৷ ভয় আমি কোনো কালে, বীৰৰ মাজেৰে বীৰাঙ্গন৷ আমি নহওঁ অৱলা ললনা। লই ধ্য তীৰ কৰে কৰবাল, ‘পীনাক ত্রিশূল ভীষণ ভয়াল, চামুণ্ডারূপিনী ৰণৰঙ্গিনী ভৈৰৱী ভৱানী স্বাধীনা। ( পট পৰে ) -0*0-