পৃষ্ঠা:গুলেনাৰ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক। আনাৰ।-- 180881 প্রথম দৃশ্য। উপত্যক৷ প্ৰান্তৰৰ নৈৰ দাঁতি। ( আনাৰ ) গীত। কিয় কুলু কুলু গোৱঁ৷ তটিনী ? কাকনে৷ ধিয়াই কলৈ যোৱঁ৷ আনন্দ মনে আনন্দিনী? (এনে) নিমাত নিতাল বিশাল ধৰণী, বিজন বিপিন ই ঘোৰ৷ যামিনী, কুলুকুলু কুলু সুমধুৰ ধ্বনি, (কৰি) কলৈ যোৱ৷ কোৱাঁ, গিৰি নন্দিনী ? সৱে আহে আৰু যায় বিধিৰ বিধান, গন্তব্যৰ মোৰ নেপালোঁ সন্ধান, জান৷ যদি কোৱঁ৷ কাতৰে মাতিছে! কুলুনাদিনী ত্রিদিবগামিনী ( অমৰ সিংহৰ বেগেৰে প্ৰৱেশ ) অমৰ।—আনাৰ ! আনাৰ।--দাদা ? 2012