পৃষ্ঠা:গুলেনাৰ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ।” অশ্রুমতি।—আহা কি সৰল প্ৰাণ! কতু শিকি৷ হুঁাঁ ? “গানটে৷ কোনে শিকালে ? এম ভীঃ কঃ । —শিক্‌লু আৰু নিজি নিজি। আমি খিনি হলি গীতি গাব জানে দেই। ২য় ভীঃ কঃ।——গীতি বজ্রনা যিনি নহলে আমি মানু যিনি হলি মৰা, তুমি মানু খিনি হলিও কিৱিকিবি গাই দেই। ফালা গাই, ফালা গাই ।

  • ম ভীঃ কঃ।—তুমি যিনি গীতি হলি, আমি মানু খিনি কাল৷ গাই ।

২য় ভীঃ কঃ।——ফাল।—কালা। অশ্রুমতি।—এই মিতিনী—সেই—সেই গানটো গোৱাছে৷৷ ৩য় ভীঃ কঃ।—কু ? কুন গান৷ খিনি কথা কুইছে ? আনাৰ।—( অশ্ৰুৰ প্ৰতি ) সেই মই শিকোৱাটো ? অশ্রুমতি।—ওঁ—বাইদেউ ! ( ভী: ক: প্রতি ) সেই স্বাধীন ন সেইটো। ২য় ভীঃ কঃ।—উ—উ, ফালা ফালা — গাব গাব । ( ভীল কন্যাগণৰ গীত । ) স্বাধীন মন স্বাধীন চিত, স্বাধীন জাতি আমি স্বাধীনা। হাঁহি মুখে পাৰে৷ ত্যজিব পৰাণ, নোহেঁ৷ তথাপিও কাৰে৷ পৰাধীন৷ ৷ জননী আমাৰ জনম ভূমি, জনম ভূমিৰ ভৰস৷ আমি, বীৰৰ কন্য৷ বীৰৰ ভগিনী বীৰৰ জননী স্বাধীন।