পৃষ্ঠা:গুলেনাৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথন অঙ্ক। ( চেলিমে টোপনিয়াই ) ১ম দখি। ছোগরী সখি! ছাহজাদেতে৷ ছোগয়ী ! হয় ।—চচ্ছে সথি ! ছোগয়ী। ৪র্থ "5 39 ।—আঃ—এত্তি চ’ৱেৰে ? তব্‌ চল্‌ সখি—হম্ ভি চলে । –হাঁ হাঁ – চল চল সখি চল। [ সখিহঁতৰ প্ৰস্থান ] ( যোধবাঈৰ প্রবেশ। ) যোধবাঈ।-—ইঃ! সাঁজতে টোপনি চোৱ৷! ( ওচৰতে বহি চেলিমৰ মূৰত হাত বুলাই, এনেতে চেলিমে সাৰ পায় ) অসনয়ত শুই- ছিলা যে ? ঢেলিম।–এৰ।—কিবা এটা কথাত উত্তেজিত হোৱাৰ পাছত গান শুনি থাকোতেই সেইফালে টোপনি গলো। ছিঃ বৰ বেয় কথা ! ( উঠি বহে ) বোধবাঈ।—উত্তেজিত হৈছিল৷ কিয় ? চেলিম।—কিব। এটা সাধাৰণ কথাত। যোধ।—কিব৷ এটা সাধারণ কথাত উত্তেজিত হয় – ভাৰতৰ ভাবি এনে কথা কোৱা ! কি কথা কোৱাচোন ৷ সম্রাট ? ঢেলিম।—সেইবোৰ তুমি শুনিব নেলাগে যোধা ! যোধ।—কিয় ? শুনাত দোষ ? চেলিম।— শুনাত দোষ নাই অৱশ্যে—পি যোধ- তেনে কোৱঁ।। চেলিম।——উহু—, কষ্ট পাব৷—। যোধ।—কি ! কষ্ট পাম? পালে পাম, কি কথা আছে ? তুমি যি