পৃষ্ঠা:গুলেনাৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

38 গুলেনাৰ । কষ্ট সহিছ৷, মোক তাৰ ভাগ নিদিব। নে কি ? মই যে তোমাৰ সুখ-দুখৰ সমভাগিনী—কে।— চেলিস।—নেলাগে যোধা ! মোতকৈ তোমাৰ কষ্ট শত গুণে বেচি হব । যোধ।—হক, মোক কবই লাগিব। চেলিম। নহয়, অকাৰণত মই তোমাক শোক দিব নোখোজে৷ ? ম‍ই নকওঁ, তুমি আৰু মোক নুশুধিব৷৷ যোধ।—তুমি মান৷ কৰিছামানে, মোৰ আগ্ৰহ বাঢ়িছেহে, কোৱা না কোৱাঁ, মোৰ অনুৰোধ বাখা। চেলিম । কম আক্কেল তোমাৰ, সেয়েতে| বাৰে বাৰে মোৰ কথা৷ অৱহেল| কৰিছ৷৷ মই মান৷ কৰিছোঁ, নালাগে শুনিব। কিয় মিছাতে প্ৰাণৰ মাজত অশান্তি কিছুমান ভৰাই লব খোজ৷ ? যোধ।—( মুখ আন্দোলাই) স্বামীৰ পৰ৷ এনে ব্যৱহাৰ পোৱাতকৈ নাৰীৰ আৰু কি দুর্ভাগ্য হব পাৰে ? চেলিম। অন্যায় অভিমান নকৰিব। যোধা ! যোধ।—( অভিমানেৰে ) যোৱা যোৱা, পত্নীৰ মৰ্য্যাদ৷ নবজ৷, পতিৰ দায়ীত্ব নজনা জনৰ মানতহে এই অভিমান অন্যায়, আনন্ মানত নহয়। (চকুলো টোকে) চেলিম।—অম্বৰ কুমাৰী ! জান৷ মই তোমাৰ কোন ? যোধ।—জানে!—জানো, তাকে জানে! দেখিহে এতে কথা কৈছিলে।। চেলিম।—জান৷ মই তোমার স্বামী? স্বামীর প্রতি এনে ব্যৱহাৰ ৰাজপুত নাৰীৰ বোধ হয় জাতিগত সৰ্ম্ম ? যোধ।-( খঙ্গেৰে ) চাহজাদা ! সেই কৈফিয়ং ৰাজপুতে মোগলৰ কাষৰত নিদিয়ে। ৰাজপুতৰ ধৰ্ম্ম ৰাজপুতে জানে: আৰু তাকে জানে দেখিহে এতিয়াও এই বিশাল হিন্দুস্থানৰ মাজত