পৃষ্ঠা:গুলেনাৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

X গুলেনাৰ। এনে সম্মান দিয়াটো অতিকৈ অন্যায়। ছি ! ছি ! বাদচাহে ন্যায়ৰ শিৰত পদাঘাত কৰি কিয় কুকুৰক ঠাকুৰৰ আসন দিছে ছ? দিব লাগে প্রতাপক ! মহাত্ম| চেন্দোৰৰ মহত্ত্ব প্রকাশিত হৈছিল পুৰুক সম্মান দিয়াত। বাদচাহে মানসিংহক পদাঘাতে দূৰ কৰি দি প্রকৃত শ্রদ্ধাভাজন প্রতাপসিংহক 'স্বাধীনত৷ দি বীৰত্বৰ সম্মান দেখুউৱা হলে তেখেতৰ “দিল্লীশ্বৰে৷ বা জগদী- শ্বৰে৷ ব৷” উপাধিৰ সাৰ্থকত। হলহেঁতেন। তাকে নকৰি প্রতাপৰ বিৰুদ্ধে মানসিংহ। তাৰে আকৌ মই অধীন সেনা- নায়ক ! ছিঃ,—ছিঃ,---ছিঃ ! ( সখিহঁতৰ প্ৰবেশ। ) গীত। ( দানি) দ্রিম তান৷ নানা নানা বাজে চে'তাৰ। যে’ছ৷ পপীয়াকে পিউ পিউ বুবল্কি পোকাৰ । তাৰিফ হাজাৰ চাহ্তজাদে হিন্দ গৰিব নেৱাজ, নাচ সখি গাৱ’ গাৱ' বাজ বাজনা বাজ, (হাহা) ফুৰ্ত্তিছে ফুৰ্ত্তিছে কৰ’ দেলকি বাহাৰ। ফুৰ ফুৰ ফুৰ, ফি, ফিক্ ফিক্ বহে মিঠি হাৱা, ছিৰাজী জান, খাৱ' পিৱ’ i, ছোটেগি সৰন জান, হো'গি নৰম জান, তবতে৷’ হো’গি খুছি দেদার্ য়্যাৰ ॥