পৃষ্ঠা:গুলেনাৰ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ab গুলেনাৰ। 2 আনাৰৰ প্ৰবেশ আৰু গীত। কিব| দোষে দোষী অভাগী দুখিনী তোমাৰ চৰণে হায়! তুমি বিনে মোৰ নাই একো নাই নবকতে৷ ঠাই নাই। হিয়াৰ নিভৃত আসনে, থাপি তোমাকেই যতনে, মজিছিলে৷ সথা, ভজিছিলোঁ সখা, পূজিছিলে৷ মনে পৰাণে। মই কাতৰে মাতিছে৷, মিনতি কৰিছে৷, দিয়াহে চৰণে ঠাই। আনাৰ—(চাহজাদাৰ ভৰিত ধৰি ) চাহজাদা, এতিয়াও এই বান্দীৰ বান্দী, অভাগী দুখুনীৰ ওপৰত অবিশ্বাস আছে নেকি? নিষ্ঠুৰ, এতিয়াও মোৰ ওপৰত নিষ্ঠুৰতা নপ্ৰকাশি নেৰিবানে? চেলিম—( আনাৰক তুলি লৈ ) আনাৰ! আনাৰ! প্ৰাণৰ আনাৰ মোৰ, ক্ষম৷ কৰ৷ মোক! মই বৰ গুনাহ কৰিছিলোঁ, ক্ষমাৰ অযোগ্য, তথাপি মই ক্ষম| মাগিছে৷, মাফ্ কৰা—আহা— ( যোধবাইৰ প্ৰবেশ ) যোধ—মই নকৈছিলে। আনাৰ? চাহজাদাৰ মেজাজ গম হৈছে, শাঁত হলেই তুমি পুনৰ সেই বুকুত ঠাই পাবাঁ। এতিয়া মোৰ কথা সঁচা নে? (চেলিমৰ ভৰিত ধৰি) চাহজাদা! পতি! প্ৰভো! দেৱতা মোৰ, মোৰে| মগজ গৰম হৈছিল, ভয়ানক পাপ কৰিলোঁ, ক্ষম৷ কৰক। মই যে আপোনাৰ বান্দী, চৰণ ৮ সেৰিকা, পদাশিত!! চেলিম—তুমি মোক লাজ দিছাঁ, যোধা? মই তোমাৰ ওচৰত অপৰাধী, মই হৈ মাফ খুজিব লাগে! তুমি মোৰ এইটো যি মহৎ