পৃষ্ঠা:গীতগোবিন্দ.pdf/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

সি কাৰণে তােমাৰ দুখত গাৰ পােৰ । দেখিবে পাৰে এবে গুছিয়ে সত্বৰে ।। জানা যদি ভাল হােৱে গােপ কন্যা গণ ।। চুম্বন্তে কামৰ তেৱে খাইলা কি কাৰণ ॥৩১০। হেন শুনি উত্তৰ নিদিলা দামোদৰ। ৰাধিকাৰ অধিক জ্বলিলা ক্রোধবৰ। নিৰাশা কৰিয়া ৰাধা ভর্চিলা অনেক। নিদারুণ বুলি তুমি জানিলে। প্রত্যেক। ৩১১ তযু অর্থে আশা কৰি পৰি আছো বনে। আশা দিয়া আমাক বঞ্চিল! কোন থানে । এতেকে বুঝিলে তযু মন সিকাৰণ । বাহিৰো কলিয়া ভিতৰৰ কাল বৰণ ॥ ৩১২ সি কাৰণে তুমি সমে নকৰিবা মিত্র । বালক কালৰ তযু শুনিছে। চৰিত্ৰ । গােকুলে জলি তুমি সুকুমাৰ আতি । শুনি নাৰী গণে গৈয়া চাবে দিনে ৰাতি ॥৩১৩ কংশৰ ভগিনী নাৰী গুন! শীলা। তেহে বঙ্গে গোকুলত bহবে আসিল। {} ঘৰত আচাহা তুমি শন্য!ত ঘুমাই। কংসৰ ভগিনী তাতে দেখিল যাই। ৩১৪