পৃষ্ঠা:গীতগোবিন্দ.pdf/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

{ ২৪ সিকাৰণে কষ্ট্রে সখী মাধৱক আন । ইঠাতে অকলে কৰেহে মধু পান। মাল্লৱ ৰাগৰ একতালী তাল যায় । ৰাগৰ লক্ষণ শুনা জয়দেৱে গায় ॥ ৯৮# নিতম্বিনী সুস্বৰে মালিতা যেবে গাইলা । সমস্ত ৰাগৰ যে মাল্লুৰু ৰাজা ভৈলা উপজিল ৰাগ গােট বেলা অবসানে । উপজিল ৰাগগােট বত্রিশ লক্ষণে ॥ ৯৯ উপজিলে ৰাগ বাৱে বাদ্যভণ্ড । ব্যালিশ যে ৰাগে ধৰিলেক ছত্ৰদও ।। মালৱ ৰাগ ৰাজাৰ মালসী পাটেশ্বৰী । পাএ দেমাগ ভৈল কুমাৰ ধন ঐ ॥ ১০০ । দ্বাৰী ভৈলা বেলীগ কটোৱাল শ্যাম।। চুত ধৰ কল্যাণ বে ৰাগ অনুপাম । চতুর্ভীতি চামৰ ঢোলায় চাৰি ৰাগে। সিংহাসনে বসিয়া প্রকাশে মহাভাগে ১০ লুঙ্কাৰতে সমস্ত ৰাগৰ সেৱা লয়। দেবাসুৰে সৱে যাক অবিশ্রামে গায় । কৈৰ পৰা ৰাগ গােট কৈত লৱে ঠায়। শুনিয়ে ৰাগৰ কোন বাপ মায় {}১২