পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৪৫ ] ওলোৱা নাই । মানুহৰ নিত্য নৈমিত্তিক কর্মকাঘ্যৰ ভিতৰতো অনেক আচৰিত কথা আছে। । তাৰে এটাহে আপোনালোকৰ । আগত নিবেদন কৰিম। ডাঙ্গৰীয়া সকল ! যালৈ আমাৰ বৰ । মৰম তাক আমি ছকুৰি বছৰ বা তদুদ্ধকাল জীয়াই থাকিবলৈ আশীৰ্ব্বাদ কৰে। ছকুৰি বছৰ পৰমায়ু হওক, এই আশীৰ্বাদ সকলোৱে আশীৰ্বাদৰ শ্ৰেষ্ঠ বুলি বিবেচনা কৰে। এই আশী নবাদত মানুহ বৰ সন্তুষ্ট হয়। । কিন্তু এই দৰে আশীর্ববাদ কৰিলে মৰম কৰাই হয়. নে খিয়াল কৰাই নয়, মই ঠাৱৰাব পৰা৷ নাই । মুঠ কথাত , চকুৰি বছৰ জীয়াই থাক বুলি আশীৰ্ববাদ নকৰি যদি এই দৰে কোৱ। যায়, “তুমি তিনি মূৰীয়া হুেৱা, তুমি । লাখুটিত ভিৰ নিদিয়াকৈ উঠিব নোৱাৰা হোৱা তোমাৰ দাত এটিও নাইকিয়া হওক ; ( চাপৰি আৰু ট্ৰাহি ) তোমাৰ গোটে ইটে। গা সোতোৰা পৰ ক,” তেনেহলে কেইজন মানুহ সস্থষ্ট হব ? মোৰ বিবেচনাত এনেককুৱা আশীৰ্ব্বাদত মানুহ সহৃষ্ট হওক ছাৰি, সি আশীৰ্বাদ দাতাৰ দাত বা শিৰ বা উভয়কে নভজাকৈ ( চাপৰি ) এৰি নিদিয়ে । অথচ গলিত নখদন্ত আৰু বলিত শৰীৰ কেৱলছকুৰি বছৰ পৰমায়ুৰ ফল মাত্র । ইয়াক শুনিলে মানুহৰ ক্রোধ হয় কিয় ? মামুহে দীৰ্ঘায়ুস বাহঁ। কৰে, কিন্তু তাৰ ফলৰ কথা শুনিঃল ক্ৰোধত বাউল হয় ।. ই বৰ আচ ৰিত কথা । কিমাশ্চৰ্য্যমতঃপৰং । (চাপৰি আৰু আনন্দৰকোহাল) সভ৷ আকৌ নিজম পৰিল। । বিদ্যানিধি ডাঙ্গৰীয়াই সভ্য- সকলৰ ফালে মুখ কৰি আকৌ আৰম্ভ । কৰিলে । সভাসদ ডাঙ্গৰীয়া সকল। ! দীৰ্ঘ জীৱনৰ অভিলাস মনুষ্য মাত্ৰৰেই আsে,