পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
কূৰ্ম্মৱলী-যুদ্ধ


পুষ্কৰিণী দেৱগৃহ সাজি থানে থান।
বিচিত্ৰ ভাণ্ডাৰ সব কৰিলা নিৰ্ম্মণ।।
পাছে যজ্ঞ গৃহ সাজিলেক বীৰবৰ।
ধৱল পৰ্ব্বত হেন দেখি লাগে ডৰ॥২১
বাণিয়া কাহাঁৰ লোক কৰিলেক স্থিতি।
শাৰী শাৰী নিবন্ধিলা ৰজতৰ চৌতি।।
সুৱৰ্ণৰ পাত কামি সুৱৰ্ণ ৰুলি॥
সুৱৰ্ণৰ গুণ টানি বন্ধিল।
মাছশী ২২ ৰূপহী সবক তাৰ দিল।
সুবৰ্ণ ৰ। পাৰ্বতীপবক ত, ৭৭।
কি সুন্দৰ। শাৰী শাৰী নিৰূল।
ৰজতমণি। শ্বে নেত শুক্ল বস্ত্ৰে পাশা পাতনি ২৩
ৰজতৰ আৱাস দিলেক যতনে।
বেৰাক বান্ধিল। তাৰ সুৱৰ্ণ ৰতনে।
ৰজাৰ পাতা দি ছেয়ে যত্ন কৰি।
উত্তৰে গহীন যেন দেখ শুক্ল গিৰী॥২৪
বান্ধিলেক কাঠি যেন সুৱৰ্ণ ৰজতে।
বান্ধিলা ধৰণাসব হীৰা মৰকতে।