সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

102 কত কোটি জন্মে আসি পাইলো নৰদেহ। ইজন্মত নাথ মোত নাছাড়িবা স্নেহ॥ সুমৰন্তে কাম্পে তনু যাতনা দুৰ্ঘোৰ। তোহ্মাৰ চৰণে ৰতি নছাড়োক মোৰ॥ কৰ্ণে কৃষ্ণ কথা মুখে নছাড়োক নাম। তেৱেসে নিস্তৰো ডাকি বোল ৰাম ৰাম।।৫৮২॥ ॥ দুলড়ী॥ শুক নিগদতি বলিৰ ভকতি দেখি মহেশ্বৰ হৰি। পৰম কৃপায়ে কৰিয়া আশ্বাস দৈত্যেন্দ্ৰক তুলি ধৰি। পাইলা যে পৰম সিদ্ধি দৈত্যেশ্বৰ আৰো কৰা অনুতাপ মহা প্ৰেম ইটো ভকতিত ভৈলো ময়ো বশ্য বলি বাপ॥ ৫৮৩॥ আউৰ অনুশোচ কৰিবে নলাগৈ লভিলা সংসাৰ পাৰ তোহ্মাক দেখিলে শুনিলে কহিলে জগতে হৈব উদ্ধাৰ। জিনিলা দুৰ্জয় মায়াক তুমিসি জানা নাহি আউৰ বাৰ যিবা কৰো আৱে আসি আছো আমি শুনা প্ৰয়োজন তাৰ॥ ৫৮৪॥ মৰীচিৰ ছয় তনয় আছিল প্ৰথম মনুৰ দিলে। ভৈলা সৱে সৱে তাসম্বাৰ আৱে স্মৰ পৰিস্বঙ্গ নাম শুনা ভিন্নে ভিন্নে।। ক্ষুদ্ৰভূক্ আৰো ঘূণী। উদ্‌গীথ পতঙ্গ -কু ৰু ক্ষেত্ৰ Scanned with CamScanner