সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ আন পৰিহৰি মাত্ৰত যাৰ প্ৰৱন্ধ। তোহ্মাৰ ভকতি সেহিসে মহন্ত হৃদয়ত তাৰ চিণ্ডে অহঙ্কাৰ বন্ধ। তেসম্বেসে পাইলে তোহ্মাৰ গতিক এতেকে তোহ্মাৰ নাচৰিয়া তপ জ্ঞান। do ॥ ভকতি প্ৰসাদ দান॥ ৩৬৮॥ চৰণে মাগোহো এতেকে বিনয় বুলিলা কৃষ্ণক মাছ তাৰ গৈলন্ত মাগি মেলানি। যুধিষ্ঠিৰ ধৃত ৰাষ্ট্ৰ সমজ্যাকে প্ৰবোধি মধুৰ বাণী। আশ্ৰমক লাগি যাইবাক চাহন্তে সৱাকো আসনে দেখি উঠি বসুদেৱ। আ ॥ চৰণে কৰিলা সেৱ॥ ৩৬৯॥ বসায়া সাদৰে আ সাৱৰো পাৱত ধৰি বাসুদেৱ আলী বুলিলা কৰি সাদৰ। সৰ্ব দেৱময় মুনিবৰ মোৰ ভাৱতী প্ৰশ্নৰ দিয়া উত্তৰ॥ কোন কৰ্ম্মে কৰে কৰ্ম্ম বন্ধ ছেদ কহিয়ো বিচাৰি তাক। তুমি সৱ বিনো আনে নজানয় কৰিয়ো কৃপা আমাক॥ ৩৭০॥ হেন শুনি পাছে ক্ষ্যাপা মহা মুনিসৱে ভৈলন্ত আতি বিস্ময়। আগত ঈশ্বৰ কৃষ্ণক এৰিয়া ৰীতি আহ্মাত পুছে সংশয়॥ এ ভৈলন্ত বিস্মৃতি বসুদেৱ দেখা ঘৰতে জগনিৱাস। তথাপি নিচিনে চাই অন্যো অন্যে ॥ কৰিলন্ত অতি হাস॥৩৭১॥ ক ক্ষেত্ৰ Scanned with CamScanner