সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষেত্ৰ ৭১ 40 এতেকে লোকক শিখায়া আহ্মাক কৰিলাহা সতকাৰ। আজিসে জন্মক সাফলিলো আমি ---চৰণ দেখি তোহ্মাৰ॥ ভগৱন্ত কৃষ্ণ তোহ্মাক প্ৰণামো তুমি পৰমাত্মা দেৱ। ছন্ন কৰি আছা মায়ায়ে মহিমা যত ৰজাগণ জগত ঈশ্বৰতাৰ যেন স্বপনত শয্যাত পৰিছে তোহ্মাক নজানে কেৱ॥ ৩৬৪৷ সদা একেলগে থাকে। নজানে কেহো তোহ্মাকে॥ তাকে মই বুলি মানে তাহাক আউৰ নজানে॥ ৩৬৫॥ যত যদুবংশ বুলিয়া তথাপি যি দেহ ধৰিছে যি দেহ নিদ্ৰাত ম বিষয় চেষ্টাত আতি অচেতন যতেক নৰ পামৰ এহিমতে দেৱ তোহ্মাক নিচিনে তুমিসে আত্মা ঈশ্বৰ। মহা মহা পাপ সহস্ৰক হৰে গঙ্গাৰো এহি আশ্ৰয়। চিত্তে মাত্ৰ মনে নেদেখে সাক্ষাত যাক মহা যোগীচয়॥ ৩৬৬॥ হেন পাদ পদ্ম দেখিলো সাক্ষাতে কতবা পুণ্যৰ ফলে। এহি কৃপা কৰা থাকোক ভকতি তোহ্মাৰ পদ কমলে॥ হেনবা বুলিবা নালাগে ভকতি কৰা তপ পূৰ্বৱতে। নাহি নাহি প্ৰভু তপস্যাত সিদ্ধি জানো তাক ভালমতে॥ ৩৬৭॥ Scanned with CamScanner