সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

१० লোকক শিখাস্ত ইটো মহাধৰ্ম জানিলো জজত পতি। পৰম গৌৰৱ আহ্মাক কৰিলা সিহেতু তুতি ভকতি॥ মাথা তুলি পাছে প্ৰসন্ন বদনে সৱেয়ো তুলিলা হাস। কৰি কৰযোৰ বুলিবে লাগিলা কৃষ্ণৰ চাপিয়া পাশ॥ ৩৬০॥ যত প্ৰজাপতি : যত তত্ত্ব জ্ঞানী সৱাকো আমি ঈশ্বৰ আহ্মাকো মুহিলে যিটো মায়া তাত থিৰ হৈৱে কোন নৰ।। মায়ায়ে মোহিয়া কৰি আছে ছন্ন দেখি মনুষ্যৰ নয়। পৰম অতৰ্ক সৃষ্টিত তোহ্মাৰ বুজিবে কোন আশয়॥ ৩৬১॥ সৃষ্টি স্থিতি লয় কৰা মায়াময় বিভঞ্জিয়া আপোনাক ঘট শৰ ভেদে দেখি বহুবিধ যেন এক মৃত্তিকাক॥ নোহা বসুদেৱ পুত্ৰ পৰিপূৰ্ণ ঈশ্বৰ তোমাৰ দুই। তযু জন্ম কৰ্ম্ম বিৰম্বন মাত্ৰ ইটো পৰমাৰ্থ নুই॥ ৩৬২॥ ধৰ অৱতাৰ দুষ্টক দণ্ডিয়া ভকতৰ ৰক্ষা হেতু। যিটো শুদ্ধ বেদ পথ থাপা তাক 1 ৰত্ন মন্ত্ৰগণে সেইটো ব্ৰাহ্মণ তুমিয়ে গড়ুৰ কেতু॥ তাঙ্কে আছে যিটো ধৰি॥ কৰা আপোনাতো কৰি॥ ৩৬৩॥ তোহ্মাক প্ৰকাশে কুলক সন্মান -কু ৰু ক্ষেত্ৰ Scanned with CamScanner