সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ক ক্ষেত্ৰ ভাগ্যবৰ্তী গোপীগণ পৰম নিশ্চল মন কৰিলেক কৃষ্ণক সাক্ষাত। লিঙ্গ দেহা ভৈল ভঙ্গ গুচিল মনৰ সঙ্গ পাইল দেখা কৃষ্ণক হিয়াত॥ কৰ্ম বন্ধ ভৈল ক্ষয় হুয়া সবে কৃষষ্ণায় গৃহ শৰীৰকো পাসবিল। সৰ্ব অঙ্গ পুলকিত আনন্দে নধৰে চিত্ত ভকতি আনন্দ সিন্ধু, পৰম প্ৰেমত থাকি ভাগ্যৱতী গোপীচয় কৃষ্ণৰ প্ৰসাদ পাই 112 নয়নৰ লোতক বাবিল॥ ১৫৬॥ দুইকো আনি কৰে এক ঠান। গোপীক কৰাইলা কৃষ্ণে পান॥ হুয়া আছিলেক কতোক্ষণ চাই। বোলে সৰে বিনয় বচন॥ ১৫৭॥ জ্ঞান অনতৰ বিন্দু, তাক যেন ভাণ্ডে পৰম আনন্দময় তাৰণ চৰণ চাই মাটিত নময়া মাথ হৈ প্ৰভূ জগন্নাথ হেন বাঞ্ছা কৰিয়ো পূৰণ। আমি মূঢ় গৃহবাসী যেন নপাসবো আসি ইটো দুই অৰুণ চৰণ। যিটো যোগী সৰ্বজন সিও কৰে আকে ধ্যান জানি জগততে ইসে সাৰ অন্ধকূপ সংসাৰত পৰি আছে লোক যত তাকো কৰে এহিসে উদ্ধাৰ॥ ১৫৮॥ দেৱতাৰো দৃশ্য নুই ইটো পাদ পদ্ম দুই হৌক মনে সদায়ে উদয়। তোহ্মাৰ চৰণ ৰতি কৰোক আহ্মাব মতি বাঞ্ছা সিদ্ধি হৌক বুলি হেন কৃপা কৰা কৃপাময়।। এতেকে প্ৰাৰ্থনা কৰি মহা প্ৰেমে কত ক্ৰন্দন। আশ্বাশিলা দৈৱকী নন্দন॥ ১৫৯॥ কৃষ্ণৰ চৰণে ধৰি শিৰে পৰশিলা ধূলি Scanned with CamScanner