পৃষ্ঠা:কুলাচল বধ.djvu/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচাবিধ যুধিষ্ঠিৰে বোলে মিত্ৰ তুমি মহাস। তোমাৰ চৰিত্ৰ কৈলা গালৰ মহন্ত। ভোকট বধ কৰি মোৰ ভাতৃগণ। তোমৰাৰ নগৰ পাইলে দৰিশন। গৃহ বাড়ী ভণ্ডাৰ তড়াগ হস্তিশাল। আনো অসংখ্যাত যত মন্দিৰ চৌচাল। জে বিৰচিত সবে নগৰ তোমা। তাহৰ ভিতৰে একো নাহি নাৰীনৰ। তাক চাহি আসিয়া ঋষিত-পুচি। আদি গন্তে সবেকথা গালৰে কৈলত। যেতে তুমি নাছিল অপুত্ৰক। মহাপুৰুষাৰ্থে যেনে যভিলা যাক। বনি কুগুত যেনে পুৰু লভিলা। আহাৰ কাৰণে যেন কক ভুলি। স্বপত কষ্ট নুষি উপকাৰ হয়। যিটো ৰিক পৰয় লোক। তাক গুম কী বোলে সাজন। তাত বিৰুক কিছে শোন। কোটি মেয়ে যদি হৰি পাই। তামাৰ এণ না পাই ইকো ঠাই।