পৃষ্ঠা:কুলাচল বধ.djvu/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচলষধ। ঋষিসৰ সমে যেৰে আছ দেহৰি। ৰাজাক তাৰিবে মহা ৰক আচৰি। মেঘৰ গানে পাছে বোল বচন। শুনিয়ো আমাৰ যেন মনৰ কাৰণ। তযু বাক্য শিলা হুয়া আছে ৰাজাব। তোমাৰ কৃপাত মুক্ত হৌক নিৰন্তৰ। অগস্তি বোলন্ত দেৰ হৌক সৰ্বভাৰ। শুক্লময় শিলা আত পৰশিয়ে পাৰ। সাত এহৰৰ পথ দীৰ্ঘে প্ৰস্থে হয়। এহিখানি মহী ঢাকি শিলা দুই পায়। এতেকতে তবু কটাতে ভগৱন্ত সৰে শিল গুছি পূৰ্ব শৰীৰ হৈবত। অঙ্কিৰ বাণী শুনি প্ৰভু নাৰায়ণ। গৰ পৰা পাৰ মেলিলা তেন। বেশি তাৰ পৰ শিলাত লাগিল। বিৰ' জাগিয়া যেন পুৰুষ উঠিল। পানি সেনা যে এৰি হিল। ত বাগণে আবৰি বলি। পতে ৰ পাৰে হুমণ্ডিত। হতে হসৰ বিপৰীত।