পৃষ্ঠা:কুলাচল বধ.djvu/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-ধ। জগতৰে পিতা মাতা তুমি নিজ গতি। তোমাৰ কুক্ষিত আমি আছেছে সম্প্ৰতি। কুক্ষিত থাকতে শিশু পেটে ঘালে পাৰে। তাহাৰ দোষক তভো নধৰ মাৰে। এতেক তোমাৰ আমি আছেহে কুক্ষিত। এতেকেসে অপৰাধ কমিতে উচিত। এহিবুলি প্ৰণাম কৰিলা শতবাৰ। ধৰিলন্ত চাৰি অস্ত্ৰ অতি চমৎকাৰ। কৃষ্ণ কৃষ্ণ নাম উৰি উচ্ছলি। কতো দূৰে গৈয়া দিব্য বিমানে চড়িল। সৰ্বলোকে চাহি আছে উগ্ধ দৃষ্টি কৰি। দিব্য ৰখে চড়ি গৈল বৈকুণ্ঠ নগৰি। দেখা কেন হৰি ভকতি যতক। যেনে তেনে'মাত্ত অয়। বৈৰভাৱে ভূয় মনে যেমনে কেমনে। মে নিৰ সীমা কহিবে ফোনে। লাল দানৱত দেখিয়ে চাই। ইয়াৰ এৰাণ আৰু হাই সই। পুৰ এগৰ ৰে সি লি। নামে যেন হৰি কৰিলে।