পৃষ্ঠা:কুলাচল বধ.djvu/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচ-ৰং। যি কৰ্ম্মত তোমাক পাৰৰ দৰিশন। তাহেকেসে কৰ্ম ধৰ্ম বোলে সাধুজন। মহা কায় কষ্টতে নপাও তোমাক। দানৱৰ কাৰণেসে দেখিলো তোক। কিনো ধন্য কিনো ধন্য কুলাচল বী। পৰম প্ৰদসিটো লভিল হৰিৰ এহি কহি মুনিৰৰে প্ৰেমত মহিল। ঋষিৰ প্ৰেমক দেখি হবি প্ৰশংসিল। পৰম যোগেন্দ্ৰ তুমি সাধু মধ্যে সাৰ। তোমাৰ সুযশ কীৰ্তি লোকত এচাৰ। আৰ এক কহে কথা নিয়ে তাত। তনু ভৃত্য কৰ্ণ ৰাজা জগতে প্ৰখ্যাত। সহজে য েযি যজিছে তোক। লায় তোমাৰ তাৰু কৃপা কৰিষাক। শনি,ভক্তি যিটো তোলাত কম। তাকে মেৰে বুলি দয়া কৰ কৃপাময়। এতেকে কৰ্ণ ফোখ চলত। পাসুলে পড়ি হয়। বশী বাজালে। মোৰ কৰে শিল.হয় আৰ প্ৰজেক।