পৃষ্ঠা:কুলাচল বধ.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-বখ। 08 একোপিত যম যেন দেখি লাগে ভয়। গৰুড়ও জিজ্ঞাসিয়া আছে দৃত। বেঢ়ে এলে হবে তা যোজন প্ৰমাণ। দেবগণে বোলে সবে হোৱয় নিৰ্যাণ। কৈক বাইবে সবাৰ চিন্তিবো আজি মাৰ। এহিবুলি মহাকোপে কৰিলা প্ৰহাৰ। তাহাকে ধৰিলা ঠোঠে বৈনতানন্দন। দেবগণে প্ৰশংসা কৰিলা ঘনে ঘন। হৰিৰ বাহন বীৰ বড় শিৰোমণি। মহা শিলাখণ্ড যিটো নাশিলা আপুনি। মুষল বিনাশি শিলাখণ্ড কৈৰা হয়। মহাখ কৰে পাতি দানৱৰ মন। মহাজোখ কৰে সিটো ধৰিক মন। দেৰি হৰি ৰধ অনিলা তেমন। মা হতে তৈল এ। আহাৰ কৰে পড়লে আৰ। এৰাই বি গোট ছেলি তেখন। কতোবলি বিএমহিলা জীয়া যেন। কি লৈ কিম বুলি লোকে আছে চায়। শিই তো পড়িলে যায়।