পৃষ্ঠা:কুলাচল বধ.djvu/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

08 কুলাচল-বধ। পক্ষীয়ে বোল মুনি শুনা তাত পৰ। এহিশুনি হাসিয়া ৰহিলা চক্ৰথৰ। মৰিবাৰ বেলা ইটো টয় যতেক। তাক প্ৰত্যুত্তৰ আৰ বুলিলা কতেক। হেনমতে তাক বধিবাৰ মন কৰি। ধূপ ধুম্ৰ সুত পাত্ৰ ধৰি যত্ন কৰি। যেখনে কেশৰে তাক কৰে বুলি লৈল। বত্ৰৰ অধিক বাঢ়ি তীক্ষত ভৈল। হেন দেখি নিব ৰুতি হৰিলা। উৰ্ধ দৃষ্টি চাহিয়া মূষল হাৰিলা। বিদ শবদে সিটো উকি চলিল। কততদূৰে থাকি পড়ে কলিল। বিদ্যুত সাৰ বেগে ঠোঠ মেলি ধৰি। মুৰি তিৰু দুই কৰি। পৃথিৰত পঢ়িলৰু ইয়া দুই ফাল। দশ হাত মানে তাৰ তৈল এল। কৰ বাহন বলত গান। তান কাৰ্যক লৈ সি লিগ। ন দেখি দলৰৰ a। শিখ তুলি।ৈ