পৃষ্ঠা:কুলাচল বধ.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-বধ। পুতে বুলিলে মোক মাৰা নামোৰ। বাঢ়ি হল কৰি তুমি ফুৰা নিৰন্তৰ। তোমাৰ কাৰ্যক দেখি লোক বিমোহিত। পুত্ৰক দণ্ড পিতৃ প্ৰহ্লাদ তহিত। তুমি মা কৰি নৰসিংহ ৰূপ ধৰি। হিৰণ্যক্ষ বীৰক মাৰিলা লক্ষ কৰি। ভাই ভাই মুগ্ধ কৰে বালী যে বানৰ। চৌৰ ৰূপ ধৰি তুমি বধিলা কিস। স্বৰূপত ভ্ৰাতৃ মিত্ৰ গোত্ৰ মুহিয় হেন কাম কৰিবাৰ যোগ্য হয়। আনো অসংখ্যা তুমি কৰি ফুৰা। তথাপিতো লোকে তাবকেলে নোলে মন্দ। আমিনাম চা তোৰ কৰা নাই। ভপি আমাৰ কেনে নিলা অপাই। যদি গলি তোমাৰ বোকাইলো কোনো বেলা ভেবে চিতেমোক পাৰিহা ভাল। মোক বিৰাক নৰিলা গাধা। সাৰিৰে নগাৰ কাজি মোহোৰ হাত। ৰিব। ময়ো তকে চলিবো। সয়ে সয়ে মই আৰ তোমাকে নেতিৰে