পৃষ্ঠা:কুলাচল বধ.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-বধ। অনন্তৰে পালটি চলিল নাৰায়ণ। দেখিয়া দানৰ গোট উঠিল তেখন। বোলে মোৰ ভয়তে পলাৱে দেৱহৰি। মোক পাবে নামাৰি পালটা কেন কৰি। এহি বুলি ডেভাইবে লাগিল। কুজন। কুলক্ষণ মৰৰ ভাকে ঘনে ঘন। তাহাৰ নাত সবে ত্ৰাস ভৈলা বড়ে। কাণ ফাটি যায় যেন শৃঙ্গ ভাগি পড়ে। মুষলে পড়িয়াছে সহস্ৰ হাতৰ। বেড়ে হোৱ সিটো সাত মুবি। নকাটিল চক্ষে তা এড়িয়া আসিত। মহাখলে দুৰাচাৰে তাহাকে ধৰিল। যেনে গোৰানে ভাল ধৰিলেক তুলি। কৈক যাইবা হৰি আহি হ হ বুলি। এৰিকে গৈলে পথ তিনি এ। মৈত পিল জৈল কত নৃপৰৰ। বৰৰ যেন দেখি ভয়। তাতেই ৰি মামিল গৰু। আৰ পা নিলি চাহিলা পান।