পৃষ্ঠা:কুলাচল বধ.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-বধ। এহি বুলি সঙ্গিত চাপিলা কেশব। পলাইবে লাগিল দেৰ সিন্ধ বিদ্যাধৰ। মাধৰে বোল কথা মুহিকয় ভাল। আনমতে দানৱৰ নিমিলয় কাল। চকে কাটিলতেও দানৰ নময়। মুৰাৰ লোক মানে আশ্চৰ্য্য দেখয়। মহ বাক্য মোৰ চক্ৰটো আগল। যাতে মোত কৰি শ্ৰেষ্ঠ ভকত সকল। কৈত আছে ধূপৰঠি চাইবাক লাগয়। তাহা এহাৰে মাত্ৰ দানব ময়॥ তাহাক আনিবে প্ৰতি হুমকিয়া যাও। মহত্তৰ বচনক প্ৰণাম কৰাও। যদি একা শৰ গনি কাটোহে ইহাক। ভেবে কেনে বহিবেক অগস্তি বাক। এহি বুলি হৰি গৰুক বিতৰ্কিল। শাটিয়া পীৰাজে লৱৰ মাৰিল। পক্ষীয় বোল মুনি শুনিল কাৰণ। যে কেন তেল সন। ফাৰ বোৰছে কোটি ও হোয় ছবি কত