পৃষ্ঠা:কুলাচল বধ.djvu/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচলব। প্ৰলয় অগনি যেন আভাস তাহাব। চাম্প দিয়া আৰি আনিলা দুৰাচাৰ। যাঠিহাতে গাৰমুখ চাচাৰ হাতৰ। তিনি তিনি মুখে জিঘা দেখিলাগে ডৰ। কত যুগত সিটো হত আছিল। তাত বন্য হয়া হবে সেহি শল দিল। যেতিক্ষণে শূল গোট হাতত ধৰিল। সিদ্ধ বিদ্যাধৰ সবে পালাইবে লাগিল। প্ৰলয় কৰিতে শূল মহেশক দিল। মহাপ্ৰলয়ত তাক বাকে ধৰিল। বমিহীন ভৈল এতি কে দিবাক। কৈতবা লুকাইল গ্ৰহৰা নিৰন্তৰ। আকাশত গৰু দেখিয়া ভয় ন। সহাজালে ধিৰ ভৈলা বৈনতানন্দন। বাড়ল মহমেৰ মন্দৰ এমান। জানবে ন জানে তাৰ মহিমা এখান। পুত শযৰণে ছহাক সাজিল। জিয়ে জিৰায়ে তাক কাকু দিল। হৰি পাত মহেশ দু কৈলা। এইবে পাই কৰে সে িশল নিল।