পৃষ্ঠা:কুলাচল বধ.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-বধ। পাৰিষদ সেনাগণ। দেখি আতি বিতোপন। সবৰে সাৰ চাপ। দশনে হৰে তাপ। অলঙ্কাৰে প্ৰকাশয়। চাৰি ভুজ মনোময়। সাহাৰে বনমালা। গাৱ অদিত্যৰ জ্বালা। সাৰি সাৰি প্ৰকাশয়। ঘোষে আতি জয় জয়। নদী বন সৰোবৰ। বহি লৈ নিৰন্তৰ। মধ্য সৈন্য মাঝ কৰি। প্ৰকাশ কত্ত হৰি। গিৰ গিৰ কোলাহল। গত লাগিল তাল। মন্দৰ আকাৰ দেখি প্ৰকাশে গৰু পক্ষী । নায়ণ দেব। পাৰিষকেই সে।