পৃষ্ঠা:কুলাচল বধ.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৮ কুলাচল-বধ। ছত্ৰ ছামৰে ঢোলে। যেন মহা সূৰ্য্য জলে। হেন অদভুত কথা। নৌ শুনি যথা তথা। দেখা মহা মুনিবৰ। মহিমাক মহন্তৰ। পাণ্ডব পদে হৰি। মহা যোগ মায়া কৰি। দানবক বধিবাৰ। পাণ্ডৱৰ প্ৰতিকাৰ। বঙ্গমনে নাৰায়ণে। দিব্য পাৰিষদ গণে। শুনিয়োক সভাসদ। কুলাচল বধ পদ। পৰম ৰহস্য সাৰ। আতপৰে নাহি আৰ। হৰিৰ ৰহস্য কথা। মুনিলে জন্ম বৃথা। জানি শুদ্ধ বু জন। হৰি পাৰে দিয়া মন।