পৃষ্ঠা:কুলাচল বধ.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-ধ। ধৰ্ম পক্ষিগণে মুনিত পুছন্ত বৃহস্য কথা পাম। জানি জমিজয় তুমিয়ে নিল। ইটে। মহা মোতম। গুনা সভাস পৰম সম্পদ কৃষ্ণৰ চাৰু চৰিত্ৰ। তেজি আনকাম বোলা ৰাম ৰাম যাৰ বৈকুণ্ঠক চিত। বুযুৰি। অনন্তৰ সেৱৰি। নিজ বোগ বেশ ধৰি গক কানিলত। নিজ ৰূপ ধৰিল। কিৰীটি কুশুল হাৰ। কনকল পেশা। শচক পত্ম এৰিয়া হয় তা