পৃষ্ঠা:কুলাচল বধ.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bow কুলাচল বন্ধ। ভাৰত ভুষণ কবি, বিৰচিলা পদ ছবি, মহা যশ ভক্ত পায়। আৰ আগ পাছ যত, হ্ৰস্ব দীৰ্ঘ বিপৰীত, তাৰ দোষ কৰি উপসাম। আমাৰ বালক মন, ক্ষমি সমাজিক জন নিৰন্তৰে বোলা ৰাম ৰাম। কৃষ্ণ কৃষ্ণ হৰি উচ্ছ। লোড়ি। চাৰিয়ে ভ্ৰাতৃৰ মৃঃ শুনি, মুৰ্শিত তৈলেক মহা মান বুড়িল বুলিয়া যাসেনী ধৰিলন্ত কতো বেলি বহি আছিল, মনত গুণিয়া হত নৃপতি সন্ত। কৈক যাইৰো আবে কি কিৰিবৰ, কমন বুদ্ধি আচৰি কোনে দিবে আসি মোৰ চাৰি খানি ভাই। এবাৰ মাৰিলে বলে, গৈ আছিলে যমপু নীল অগন্তিৰ হাৰ পৰশ পাই। হৰিভাগ্যে কিনল ভৈল, চাৰি গুটি ভাতৃ কোখা গৈ কেন জন আবে তাহা দিয়ে সেই যে সকলাগা, একে লগে বৰ পূৰে যা মহা সুখে থাকো পাওৰ পাই। A