পৃষ্ঠা:কুলাচল বধ.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল। ৰ মৰণ শুনি আবে, পাপ দুৰ্যোধনে বঙ্গ পাইবে, অকণ্টকে দুঃবেক মহা ৰাজ্যৰ। |ক সুমাৰ দুৰ্যোধনে সুখ শান্তি সদা নাহি মনে, আবে মহা সুখে নিদ্ৰা আসিবেক তাৰ। বল কিনো লিখিলাহা, কেনমতে হেন দ চাহা, দানৱৰ হাতে লিখিলা কেনে মৰণ।

ম ৰাজধ্য কুলে জাত

পাও নৃপতিৰ বংশে খ্যাত, সিটো ক্ষতিকুল সকলে গৈলেহে। সমলৰ চাৰি বীৰ, কেনে হেন তৈল দুঃশৰীৰ, মোহোৰ কাৰণে হেন বিসঙ্গতি তৈল। বিত গালব মহাজনে, বাধা কৰিলেক জানি মনে, মৰণৰ হেতু তাহান বাক্যে নৰৈল। মতে ৰাজা কালি, পাছে কৃষ্ণ অৰি বহিল, শোকে দুঃখে আতি শৰীৰ ভৈল কম। পদ নশিনী নৰ নাৰী, হে দেহ। স্বামী সব অৰি, পড়িয়া থাকিলা ৰাৰ হুয়া ওছৰ। নিগতি মুনি, দেখা প মহ, ইটো সংসাৰত সামান্য কোন লেখা। কো জিনৰ চাৰি বীৰ, পৰম নৈ মহা ধীৰ,