সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এয়েছে যেজাৰ মাথো, চিৰকাললৈ নোৱাৰিলো কৰিব যতন । শূন্যৰ কোলাত প্ৰান মিলিব যেতিয়া দেখাহব পুনৰ্বাৰ তাত, জনোৱা তেতিয়া যেন মনৰ কথাটি, লগোৱা তেতিয়া যেন I -:0:-- কাল २७ ক'ত হল আদি, ক'ত হব শেষ কতদুৰ যুৰি তোমাৰ ঠাই, তোমাৰ অদ্ভুত জনম কাহিনি পৃথিবীত কোনো কওঁতা নাই ! জনমিল, কত, জনমিব কত ! তোমাৰ গৰ্ভত কতৰ লয় ; দিগন্ত কঁপাই, উঠিলে এদিন ৰ কীৰ্ত্তি জগত্, ময় আৰ্য্যৰ গ্ৰীচ, ৰোম, আদি বীৰ দেশ, চয় জ্বলিলে এদিন তোমাৰ গাত, সভ্যতা সোপান অতিক্ৰম কৰি গভীৰ গৰ্জ্জনে লগালে মাত ।