এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জিলমিল কৰি ( 32 ) উৰিল ৰূপহী ৰেনু জগত আবৰি সুখৰ সফুৰা অমিয়া বাতা পালেগৈ অজান দেশ, উাহ কিৰিলি মঙ্গল উকলি গালে সুখ সমাবেশ । এজন দুজন হল বহু জন ললে আঠ, অগবাঢ়ি নিজ উদ্যমৰ মালা গৌৰৱৰ পিন্ধিলে যতন কৰি । গায় গল কোনে ঘনে ঘনে ঘনে “জয় জয় দেবী জয়, তোমাৰ তেজত আজি অকালত অজ্ঞানে বিদায় লয় ।” ধোকা ভেজা এৰি আগন্তুক শাৰী দেবীৰ চৰণ তুলি প্রতিশ্রুত হল নিজৰ মঙ্গল সাধিম সাধিম বুলি । ভবিষ্য মেঘত ডাৱৰৰ ৰেখ অকস্মাৎ গলউৰি, জ্ঞানৰ বিজয় দুন্দুভি নাদ উঠিল আকাশ যুৰি ।